അർത്ഥം : নিজকে শুদ্ধ কৰিবৰ বাবে তী্র্থ আদিৰ জল নিজৰ গাত চটিওৱা কার্য
ഉദാഹരണം :
পূজাৰ আগতে পৱিত্র কৰা হয়
പര്യായപദങ്ങൾ : পৱিত্র
അർത്ഥം : যিটো ভুল নহয়
ഉദാഹരണം :
শুদ্ধ বাক্যৰ ওপৰত শুদ্ধ চিন লগাওক
അർത്ഥം : ভেজাল নাইকিয়া ভাল বস্তু
ഉദാഹരണം :
আজিকালি বজাৰত খাতি বস্তু পাবলৈ নাই
പര്യായപദങ്ങൾ : অবিমিশ্রিত, আঁভজুৱা, আচল, খাটি, নির্ভেজ্াল, নি্ভঁজুৱা, নি্ভাঁজ বিশুদ্ধ