അർത്ഥം : জুইৰ ওপৰত বহুৱাই ভাপ আদিৰ ৰূপত পৰিণত কৰা
ഉദാഹരണം :
ৰজনীয়ে আঞ্জাখন ডাঠ কাৰণে কেৰাহীৰ পানীখিনি শুকোৱালে
പര്യായപദങ്ങൾ : বাষ্পীভূত কৰা
അർത്ഥം : আদ্রতা দূৰ কৰা
ഉദാഹരണം :
অমচুৰ বনাবলৈ কেঁ্চা আম শুকুৱাই লোৱা হয়
അർത്ഥം : সজীৱতা বা সতেজতা ভাব নথকা
ഉദാഹരണം :
অত্যধিক গৰমৰ কাৰণে সৰু-সৰু গছবোৰ শুকাইছে
അർത്ഥം : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা
ഉദാഹരണം :
অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে
പര്യായപദങ്ങൾ : শুকাই যোৱা