പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শুকাই যোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শুকাই যোৱা   ক্ৰিয়া

അർത്ഥം : শৰীৰ ক্ষীণাই যোৱা অৱস্থা

ഉദാഹരണം : তেওঁ ্লাহে-লাহে ক্ষীণকায় হৈ গৈ আছে

പര്യായപദങ്ങൾ : ক্ষীণকায় হোৱা, হাড় ওলাই অহা

അർത്ഥം : অধিক ৰʼদ, সাৰ আদিৰ বাবে উদ্ভিদ মৰি যোৱা

ഉദാഹരണം : পানীৰ অভাৱত গোটেই শস্যখিনি ্জঁই পৰিল

പര്യായപദങ്ങൾ : জঁই ্পৰা, লেৰেলা

അർത്ഥം : পানী, আদ্রতা আদি নথকা বা কমকৈ থকা

ഉദാഹരണം : অত্যধিক গৰমৰ কাৰণে সৰু সৰু পুখুৰীবোৰ শুকাই গৈছে

പര്യായപദങ്ങൾ : শুকোৱা

അർത്ഥം : উজ্জ্বলতা কমি যোৱা

ഉദാഹരണം : বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল

പര്യായപദങ്ങൾ : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, মৰহি যোৱা, শেঁত্া পৰা