അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি নিশকতীয়া আৰু পাতল শৰীৰৰ
ഉദാഹരണം : দৌৰ প্রতিযোগিতাত এজন খীণ লʼৰাই পদক লাভ কৰিলে
പര്യായപദങ്ങൾ : কৃশ, কেটেঙা, ক্ষীণ, ক্ষীণকায়, খীণ, খীণ-মিন, পিলপিলীয়া, লিকলিকীয়া, লেৰেলা
അർത്ഥം : শাৰীৰিকভাৱে ক্ষীণ
ഉദാഹരണം : অসুখৰ বাবে তেওঁ বহুত ক্ষীণ হৈ পৰিল
പര്യായപദങ്ങൾ : ক্ষীণ, ্দুর্বল
ഇൻസ്റ്റാൾ ചെയ്യുക