പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শিৰস্ত্রাণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শিৰস্ত্রাণ   বিশেষ্য

അർത്ഥം : মূৰত পকাই বন্ধা দীঘল কাপোৰ

ഉദാഹരണം : তেওঁ ৰʼদত ্ কাম কৰাৰ সময়ত পাগুৰি মাৰি লয়

പര്യായപദങ്ങൾ : পাগুৰি, পাগুৰী

അർത്ഥം : যুদ্ধৰ সময়ত যুদ্ধাই পিন্ধা লোহাৰ টুপী

ഉദാഹരണം : সংগ্রহালয়ত আগৰ দিনৰ ৰজাৰ বিভিন্ন শিৰস্ত্রাণ ৰখা হৈছে

അർത്ഥം : মূৰত আঘাত লগাৰ পৰা বাচিবৰ কাৰণে পিন্ধা এবিধ ধাতুৰে তৈয়াৰী টুপি বিশেষ

ഉദാഹരണം : মটৰ-চাইকেল চলোৱাসকলৰ কাৰণে হেলমেট পিন্ধাটো বাধ্যমূলক কৰা হৈছে

പര്യായപദങ്ങൾ : হেলমেট

അർത്ഥം : দেৱতা, ৰজা আদিৰ শিৰত থকা এবিধ বিশেষ শিৰোভূষণ

ഉദാഹരണം : ৰজাৰ শিৰত মুকুটে শোভাবর্দ্ধন কৰি আছে

പര്യായപദങ്ങൾ : কিৰীটি, মুকুট