അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শিষ্ট ৰূপত বা শিষ্টতা সহিত
ഉദാഹരണം : সকলোৰে লগত শিষ্টতাপূর্বক ব্যৱহাৰ কৰিব লাগে
പര്യായപദങ്ങൾ : ভদ্র, শিষ্টতাপূর্বক, শিষ্টাচাৰপূর্বক, ্শালীনতাসুলভ
അർത്ഥം : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
ഉദാഹരണം : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
പര്യായപദങ്ങൾ : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, সভ্য, ৰুচিবান
ഇൻസ്റ്റാൾ ചെയ്യുക