അർത്ഥം : যʼত শিল আছে
ഉദാഹരണം :
মন্দিৰলৈ যোৱা এইটোৱেই একমাত্র শিলৰ পথ
പര്യായപദങ്ങൾ : অশ্বময়, প্রস্তৰ নির্মিত, প্রস্তৰময়, প্রাস্তৰিক, শিলৰ, শৈল, শৈলময়
അർത്ഥം : যʼত শিল থাকে
ഉദാഹരണം :
মায়ে শিলযুক্ত চাউলবোৰ বাচি আছে শিলাময় ভূমিত খোজকাঢ়ি থাকোতে ভৰিটো পিচলি গʼল
പര്യായപദങ്ങൾ : শিলযুক্ত
അർത്ഥം : শিলৰ বা শিল সম্বন্ধীয়
ഉദാഹരണം :
শিলাময় ক্ষেত্রত খনন কৰা বৰ কঠিন