അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : অপৰাধীৰ ভৰিত বান্ধি ৰাখিবলৈ ব্যৱহাৰ কৰা লোহাৰ খাৰু
ഉദാഹരണം : চিপাহীয়ে তাৰ ভৰিত শিকলি লগাই দিলে
പര്യായപദങ്ങൾ : খাৰুৱা, জঞ্জিৰ, জিঁজিৰি, জিঞ্জিৰি, বেৰি, শৃঙ্খল
അർത്ഥം : ধাতুৰ খাৰুৰে বনোৱা ৰচী
ഉദാഹരണം : জন্তুক ৰচী বা শিকলিৰে বান্ধি ৰখা হয়
അർത്ഥം : পশু বা জীৱ-জন্তু আদি বান্ধি ৰাখিবৰ কাৰণে সিহঁতৰ ডিঙিত পিন্ধোৱা ধাতুৰ শৃংখল বিশেষ
ഉദാഹരണം : কুকুৰটো শিকলিৰে বান্ধি লোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക