അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শৰীৰৰ বল
ഉദാഹരണം : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
പര്യായപദങ്ങൾ : জোৰ, শকতি, শক্তি, শাৰীৰিক বল
അർത്ഥം : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
ഉദാഹരണം : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
പര്യായപദങ്ങൾ : পৰাক্রম, বাহুবল
ഇൻസ്റ്റാൾ ചെയ്യുക