അർത്ഥം : হুলস্থূল বা উপদ্রৱ আদিৰ অভাৱ
ഉദാഹരണം :
সন্ত্রাসবাদীৰ কাৰণে চহৰত শান্তি নোহোৱা হৈছে
പര്യായപദങ്ങൾ : প্রশান্তি
അർത്ഥം : কোনো কাম, ৰোগ আদিৰ সমাপ্তিৰ পিছত হোৱা সুখপ্রদ অনুভৱ
ഉദാഹരണം :
ঔষধ খোৱাৰ পিছত মই চর্দিৰ পৰা শান্তি পালোঁ
പര്യായപദങ്ങൾ : আৰাম
അർത്ഥം : মানুহে তেওঁলোকৰ জীৱনত সদায় বর্তি থাকিবলৈ কামনা কৰা এক ধৰণৰ অনুকূল আৰু ভাল অনুভৱ
ഉദാഹരണം :
লোভ ত্যাগ কৰিব পাৰিলে সুখেই সুখ উপল্্ব্ধ হয়
പര്യായപദങ്ങൾ : সুখ
അർത്ഥം : যুদ্ধ, উপদ্রৱ, অশান্তি আদি নথকা অৱস্থা
ഉദാഹരണം :
যুদ্ধৰ পিছত দেশত এতিয়া শান্তি
അർത്ഥം : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
പര്യായപദങ്ങൾ : নিস্তব্ধতা, নিৰবতা, নীৰৱতা, শ্্ব্দহীনতা