അർത്ഥം : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
ഉദാഹരണം :
ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
പര്യായപദങ്ങൾ : ঠাণ্ডা
അർത്ഥം : যি উদ্বিগ্ন নহয়
ഉദാഹരണം :
মোহনৰ জীৱন নিৰুদ্বিগ্ন
പര്യായപദങ്ങൾ : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, প্রশান্ত
അർത്ഥം : যাৰ চিত্ত স্থিৰ
ഉദാഹരണം :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
പര്യായപദങ്ങൾ : অচঞ্চল, অমত্ত, প্রশান্ত, স্থিৰ, স্থিৰচিত্ত
അർത്ഥം : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে
ഉദാഹരണം :
ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে
പര്യായപദങ്ങൾ : ধীৰ, ধীৰ-স্থিৰ, ধৈর্যশীল, ্ধৈর্যব্ান