പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শতক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শতক   বিশেষ্য

അർത്ഥം : নব্বৈৰ লগত দহ যোগ কৰিলে পোৱা সংখ্যা

ഉദാഹരണം : দহৰ দহ গুণ এশ

പര്യായപദങ്ങൾ : এশ, ১০০

അർത്ഥം : এশ বছৰ কাল

ഉദാഹരണം : শতাব্দী ধৰি চলি অহা প্রথা এটাক হঠাৎ নাইকিয়া কৰিব নোৱাৰি

പര്യായപദങ്ങൾ : শতাব্দী, শতিকা

അർത്ഥം : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ

ഉദാഹരണം : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে

പര്യായപദങ്ങൾ :

അർത്ഥം : এশৰ সমূহ বা গোট

ഉദാഹരണം : আচাৰ তৈয়াৰ কৰাৰ কাৰণে ৰামদীনে এশটা আম কিনিলে

പര്യായപദങ്ങൾ : এশ, ১০০

അർത്ഥം : অংকৰ স্থানৰ গণনাত এককৰ স্থানৰ পৰা গণনা কৰি তৃতীয় স্থানত এশৰ গুণিতকৰ বোধ জন্মা এক মান

ഉദാഹരണം : ৪০৩ (চাৰিশ তিনি)-ত শতকৰ স্থানত চাৰি আছে