അർത്ഥം : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম
ഉദാഹരണം :
তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে
പര്യായപദങ്ങൾ : কপট, কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শাঠ্য
അർത്ഥം : বিশ্বাস কৰোঁতাৰ বিশ্বাস ভাঙি অপকাৰ কৰোঁতা
ഉദാഹരണം :
ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়ে তেওঁৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু তেওঁক গুলীৰে থকাসৰকা কৰি দিলে
പര്യായപദങ്ങൾ : চুকতে থাকি বুকতে কামোৰ মৰা-, বিশ্বাসঘাতকতা
അർത്ഥം : দুর্জন ্হোৱাৰ অৱস্থা বা ভাব
ഉദാഹരണം :
দুষ্টতাৰ পৰা আঁতৰি থাকা
പര്യായപദങ്ങൾ : অসাধুতা, দুর্জ্্নতা, দুষ্টতা, নীচতা