അർത്ഥം : যʼত প্রভাৱ থাকে
ഉദാഹരണം :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
പര്യായപദങ്ങൾ : প্রভাৱশালী
അർത്ഥം : যাৰ বল বা শক্তি আছে
ഉദാഹരണം :
অশোক এজন শক্তিশালী ৰজা আছিল তেওঁ ্জোৰদাৰ অভিনয় কৰিলে
പര്യായപദങ്ങൾ : জোৰদাৰ
അർത്ഥം : যাৰ বহুত বেছি প্রতাপ থাকে
ഉദാഹരണം :
ৰাবন এজন প্রতাপী ৰজা আছিল
പര്യായപദങ്ങൾ : প্রতাপশালী, প্রতাপী, বিক্রমী
അർത്ഥം : অত্যন্ত পৰাক্রমী
ഉദാഹരണം :
চিকন্দৰ শক্তিমন্ত ৰজাসকলৰ ভিতৰত এজন
പര്യായപദങ്ങൾ : অপ্রতিহত, বিক্রমশালী, শক্তিমন্ত, ্দুর্জয়, ্পৰাক্রমী