പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള শক্তি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

শক্তি   বিশেষ্য

അർത്ഥം : কোনো কাম আদি কৰিবৰ কাৰণে ব্যৱহাৰ হোৱা শক্তি

ഉദാഹരണം : সূর্য শক্তিৰ বহুত ডাঙৰ উৎস

പര്യായപദങ്ങൾ : এনার্জি, ক্ষমতা, তেজ

അർത്ഥം : শৰীৰৰ বল

ഉദാഹരണം : সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়

പര്യായപദങ്ങൾ : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি

അർത്ഥം : প্রাকৃতিক ভাণ্ডাৰ

ഉദാഹരണം : বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়

അർത്ഥം : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়

ഉദാഹരണം : প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে

അർത്ഥം : ক্ষমতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা বা ভাব

ഉദാഹരണം : আপোনাৰ ক্ষমতাৰ কাৰণে এই কামটো হৈ উঠিল

പര്യായപദങ്ങൾ : ক্ষমতা, সামর্থ্য

അർത്ഥം : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা

ഉദാഹരണം : কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে

പര്യായപദങ്ങൾ : অধিকাৰ

അർത്ഥം : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

ഉദാഹരണം : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

പര്യായപദങ്ങൾ : চাপ

അർത്ഥം : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়

ഉദാഹരണം : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব

പര്യായപദങ്ങൾ : জোৰ, তেজ, পৰাক্রম, বল, শকতি