അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : প্রাণবায়ু উৰি যোৱা শৰীৰ
ഉദാഹരണം : মৃত্যুৰ পিছত শৱ মাটিৰ সৈতে মিলি যায়
പര്യായപദങ്ങൾ : ভেল, মৃতদেহ, মৰা শ, মৰাশ, লাচ, শৱ, শৱ দেহ
അർത്ഥം : একে ধৰণৰ এশটা বস্তুৰ সংগ্রহ
ഉദാഹരണം : সুশান্তৰ পুথি্ভঁ্ৰালত অতি কমেও দুশমান কিতাপ আছে
പര്യായപദങ്ങൾ : শতক
അർത്ഥം : নব্বৈ আৰু দহ
ഉദാഹരണം : এই সন্মিলনখনত প্রায় এশজন বিদ্বানে অংশগ্রহণ কৰিছে
പര്യായപദങ്ങൾ : এশ, পাঁচ কুৰি, ১০০
അർത്ഥം : গণনাত এশ বা এশ সংখ্যক
ഉദാഹരണം : আপুনি মহাত্মাজীক লগ কৰা শততম ব্যক্তি
പര്യായപദങ്ങൾ : শততম
ഇൻസ്റ്റാൾ ചെയ്യുക