പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লোৱা   ক্ৰিয়া

അർത്ഥം : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

ഉദാഹരണം : এই গাড়ীখনে বহুত পেট্রʼল খায়

പര്യായപദങ്ങൾ : খোৱা

അർത്ഥം : উদাহৰণ হিচাপে লোৱা

ഉദാഹരണം : ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে

പര്യായപദങ്ങൾ : লৈ লোৱা

അർത്ഥം : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা

ഉദാഹരണം : তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে

പര്യായപദങ്ങൾ : কোৱা

അർത്ഥം : ভাড়াত কোনো যান-বাহন আদি লোৱা

ഉദാഹരണം : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

പര്യായപദങ്ങൾ : ঠিক কৰা

അർത്ഥം : বাচি লোৱা

ഉദാഹരണം : মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে

അർത്ഥം : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

ഉദാഹരണം : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

പര്യായപദങ്ങൾ : ধৰা

അർത്ഥം : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : গ্রহণ কৰা

അർത്ഥം : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা

ഉദാഹരണം : নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে

പര്യായപദങ്ങൾ : গ্রহণ কৰা, স্বীকাৰ কৰা

അർത്ഥം : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : উৰা, পিন্ধা, পৰিধান কৰা

അർത്ഥം : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা

ഉദാഹരണം : বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ

പര്യായപദങ്ങൾ : গ্রহণ কৰা, স্বীকাৰ কৰা