അർത്ഥം : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা
ഉദാഹരണം :
এই গাড়ীখনে বহুত পেট্রʼল খায়
പര്യായപദങ്ങൾ : খোৱা
അർത്ഥം : উদাহৰণ হিচাপে লোৱা
ഉദാഹരണം :
ৰামকে ধৰি লোৱা, তেওঁ কিমান সহজ-সৰলভাৱে থাকে
പര്യായപദങ്ങൾ : লৈ লোৱা
അർത്ഥം : কাৰোবাৰ সন্মুখত কোনো ঘটনা আদিৰ সৈতে সম্বন্ধিত লোকৰ নাম কোৱা
ഉദാഹരണം :
তেওঁ পুলিচৰ আগত চাৰিজন লোকৰ নাম লʼলে
പര്യായപദങ്ങൾ : কোৱা
അർത്ഥം : ভাড়াত কোনো যান-বাহন আদি লোৱা
ഉദാഹരണം :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
പര്യായപദങ്ങൾ : ঠিক কৰা
അർത്ഥം : বাচি লোৱা
ഉദാഹരണം :
মাঁৰ চাৰিখন শাৰীৰ ভিতৰত শীলাই এখন লʼলে
അർത്ഥം : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
ഉദാഹരണം :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
പര്യായപദങ്ങൾ : ধৰা
അർത്ഥം : কাৰোবাৰ পৰা বা কʼৰবাৰ পৰা কোনো বস্তু আদি নিজৰ হাতলৈ অনা বা অধিকাৰ কৰা:মোৰ কিতাপখন কোনে লʼলে ? তেওঁ অধ্যক্ষৰ হাতৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : গ্রহণ কৰা
അർത്ഥം : * কোনো ভূমিকা বা পদ আদি গ্রহণ কৰা
ഉദാഹരണം :
নিজৰ মাজতে বিচাৰ-বিশ্লেষণ কৰি সুৰেশে অধ্যক্ষৰ পদটো গ্রহণ কৰিলে
പര്യായപദങ്ങൾ : গ্রহণ কৰা, স্বীকাৰ কৰা
അർത്ഥം : কাপোৰ-কানি আদি গাত ধাৰণ কৰা:তেওঁ ্ গা-পা ধুই ভাল কাপোৰ পিন্ধিলে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উৰা, পিন্ধা, পৰিধান কৰা
അർത്ഥം : কোনো দায়িত্ব, কাম আদি কৰাৰ দায়িত্বভাৰ লোৱা
ഉദാഹരണം :
বিয়াৰ গোটেই দায়িত্বভাৰ মই লʼলোঁ
പര്യായപദങ്ങൾ : গ্রহণ কৰা, স্বীকাৰ কৰা