അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এজনতকৈ অধিক ব্যক্তি
ഉദാഹരണം : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
പര്യായപദങ്ങൾ : জনগণ, জনতা, জনমানস
അർത്ഥം : পৃথিৱীত থকা লোক
ഉദാഹരണം : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
പര്യായപദങ്ങൾ : জগত, জনতা, জনসাধাৰণ, বিশ্ব, সংসাৰ, ৰাইজ
അർത്ഥം : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ഉദാഹരണം : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
പര്യായപദങ്ങൾ : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, সংসাৰ, সৃষ্টি
അർത്ഥം : মনুষ্য জাতি বা সমূহৰ মাজৰ কোনো এজন
ഉദാഹരണം : সকলো ব্যক্তিৰে পচন্দ বেলেগ-বেলেগ হয় এই গাড়ীখনত মাথোন দুজন ব্যক্তিহে বহিব পাৰিব
പര്യായപദങ്ങൾ : জন, ব্যক্তি, মানুহ
അർത്ഥം : নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণে সকলো প্রাণীৰ ওপৰত প্রভাৱ বিস্তাৰ কৰা সেই দ্বি-পদী প্রাণী যাৰ ভিতৰত আমি, আপুনি আৰু সকলোৱেই পৰোঁ:মানুহ নিজৰ জ্ঞান-বুদ্ধিৰ কাৰণেই সকলো প্রাণীতকৈ শ্রেষ্ঠ
ഉദാഹരണം :
പര്യായപദങ്ങൾ : ইনসান, জন, নৰ, নৰ-মনিচ, মনিচ, মনুজ, মনুষ্য, মর্ত্ত্য, মানুহ, মানৱ
ഇൻസ്റ്റാൾ ചെയ്യുക