അർത്ഥം : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
ഉദാഹരണം :
বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
പര്യായപദങ്ങൾ : বেয়া
അർത്ഥം : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
ഉദാഹരണം :
স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
പര്യായപദങ്ങൾ : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, কলুষিত, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা-পেতেৰা