പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লেঙেৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লেঙেৰা   বিশেষ্য

അർത്ഥം : খোৰাই খোৰাই খোজকঢ়া অৱস্থা

ഉദാഹരണം : আপোনাৰ লেঙেৰাই থকাৰ কাৰণ কি ?

പര്യായപദങ്ങൾ : পেঙ্গুচিয়া, লেকেচিয়া

അർത്ഥം : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল

ഉദാഹരണം : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে

പര്യായപദങ്ങൾ : খোৰা, পেঙুৰা

അർത്ഥം : যিজনৰ হাত বা ভৰিত বিকৃতি আছে

ഉദാഹരണം : চার্কাছত লেঙেৰাৰ খেলা দেখি ্দর্শক আচৰিত হৈছিল

പര്യായപദങ്ങൾ : লেঙ্গেৰা

লেঙেৰা   বিশেষণ

അർത്ഥം : যাৰ এটা ভৰি ভাগিলে বা অকর্মন্য হৈ পৰিলে

ഉദാഹരണം : লেঙেৰা ব্যক্তিজনে পেং লৈ খোজকাঢ়িবলৈ চেষ্টা কৰি আছে

പര്യായപദങ്ങൾ : খোৰা

അർത്ഥം : যি ভৰিত কোনো ধৰণৰ কষ্ট, দোষ বা বিকাৰ থকা বাবে বেকাকৈ খোজ কাঢ়ে

ഉദാഹരണം : লেঙেৰা ৰোগীজন অলপ দূৰ খোজকাঢ়ি বহি দিলে

അർത്ഥം : যাৰ এটা ভৰি ভাঙিল

ഉദാഹരണം : লেঙেৰাজন চকীত বহোঁতেই সৰি পৰিল