അർത്ഥം : কোনো বস্তু আদিত সানমিহলি হৈ পৰা
ഉദാഹരണം :
যুদ্ধ ভূমিত যোদ্ধাবোৰৰ শৰীৰ তেজেৰে লুতুৰি-পুতুৰি হৈ আছিল
അർത്ഥം : সম্পূর্ণৰূপে ভিজা বা তিতা
ഉദാഹരണം :
জংঘলত তেজেৰে লুতুৰি-পুতুৰি এটা শৱ পৰি আছে
പര്യായപദങ്ങൾ : টেপটেপীয়া, লুতুৰ-পুতুৰ