അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মুখৰ পৰা ওলোৱা পাতলীয়া এঠালেটীয়া থু বিশেষ
ഉദാഹരണം : মাকে বাৰে বাৰে কেঁচুৱাটোৰ মুখৰ পৰা ওলোৱা লালটিখিনি ৰুমালেৰে মচি আছে
പര്യായപദങ്ങൾ : লালটি, লেলাৱটি
അർത്ഥം : তেজৰ বৰণৰ
ഉദാഹരണം : তেজৰ ৰং ৰঙা
പര്യായപദങ്ങൾ : অলক্তৰাগ, অৰুণাভা, অৰুণিমা, লাল ৰং, লালিমা, লোহিত্্বর্ণ, লৌহিত, ্লোহিত, ্ৰক্তবর্ণ, ্ৰক্তাভা, ৰক্তাৰাগ, ৰক্তিমা, ৰক্তিমাভা, ৰক্ত্াভা, ৰঙা, ৰঙা ৰং
അർത്ഥം : ৰক্ত বর্ণৰ
ഉദാഹരണം : ৰামৰ হাতত এখন ৰঙা ৰুমাল আছিল
പര്യായപദങ്ങൾ : তেজাল, ৰক্তিম, ৰঙা
ഇൻസ്റ്റാൾ ചെയ്യുക