അർത്ഥം : যি বৰ দৰকাৰী বা ডাঙৰ নহয়, অর্থাৎ সাধাৰণ আৰু সৰু
ഉദാഹരണം :
তেওঁ সৰু-সুৰা কাম কৰি নিজৰ পৰিয়াল চলাই আছে
പര്യായപദങ്ങൾ : সৰু-সুৰা
അർത്ഥം : যি অদৰকাৰেৰে পূর্ণ
ഉദാഹരണം :
অদৰকাৰী কথাবোৰ কৈ নাথাকিবা
പര്യായപദങ്ങൾ : অদৰকাৰী, অনাৱশ্যকীয়, অলাগতিয়াল, অলাগতীয়া অপ্রয়োজনীয়, অসংগত, নলগা-, যা-তা