പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লাগি ধৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লাগি ধৰা   ক্ৰিয়া

അർത്ഥം : আঠাজাতীয় বস্তুৰ সৈতে কোনো দুটা বস্তু পৰস্পৰ লগলাগি যোৱা

ഉദാഹരണം : কাগজখন কাঠডালত লাগি ধৰিল

പര്യായപദങ്ങൾ : আঁট ্খোৱা

അർത്ഥം : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা

ഉദാഹരണം : মোৰ ডিঙিটো টানি ধৰিছে

പര്യായപദങ്ങൾ : টানি ধৰা, পাক খোৱা, মোচোকা খোৱা

അർത്ഥം : দুটা বস্তু এক কৰিবলৈ পৰস্পৰৰ পিঠি বা তল লগ লগোৱা

ഉദാഹരണം : শিশুটোৱে ভয় খাই মাকৰ কোলাত লিপিট খাই ধৰিলে শল্য চিকিৎসাৰ দ্বাৰা তেওঁৰ ্ কটা আঙুলিটো লগ লাগিল

പര്യായപദങ്ങൾ : আঠা লগা, লগ লগা, লিপিট খোৱা, সাবটি ধৰা

লাগি ধৰা   বিশেষণ

അർത്ഥം : যি ওলমি পৰিছে

ഉദാഹരണം : দীপকে গছত লাগি ধৰা চিলাখন এৰোৱাই আছে

പര്യായപദങ്ങൾ : ওলমি থকা, ফাঁচ লগা