അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মানুহ বা বাহনৰ পংক্তি যি কাৰোবাৰ বা কিহবাৰ বাবে প্রতীক্ষা কৰি আছে
ഉദാഹരണം : শাৰী ভাঙি যাত্রী নিয়া চালকক বহুত পিটন দিলে
പര്യായപദങ്ങൾ : পংক্তি, শাৰী
അർത്ഥം : এটাৰ পিছত এটাকৈ একেধৰণৰ বস্তু, ব্যক্তি বা জীৱই চিধাকৈ থকা নিয়ম
ഉദാഹരണം : ৰেচনৰ দোকানত মানুহে শাৰী পাতি আছিল মানুহে লাইন পাতি বহি খাই আছিল
പര്യായപദങ്ങൾ : লান, লানি, লালী, শাৰী, শৃংখলা
ഇൻസ്റ്റാൾ ചെയ്യുക