പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লহৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লহৰ   বিশেষ্য

അർത്ഥം : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে

ഉദാഹരണം : বিদ্যুততো তৰঙ্গ থাকে

പര്യായപദങ്ങൾ : ঢৌ, তৰংগ, তৰঙ্গ

അർത്ഥം : শৰীৰত কোনো মনোবেগ উঠা কার্য

ഉദാഹരണം : জনতাৰ মাজত নেতাৰ প্রতি ক্রোধৰ লহৰ আছে

അർത്ഥം : হঠাৎ জোৰেৰে অহা প্রৱাহ

ഉദാഹരണം : পানীৰ লহৰবোৰ শিলত ঠেকা খাই আগুৱাই গৈ আছে

പര്യായപദങ്ങൾ : ধাৰ

അർത്ഥം : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ

ഉദാഹരണം : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে

പര്യായപദങ്ങൾ : উর্মি, কল্লোল, ঢৌ, তৰংগ, তৰঙ্গ, লহৰী, হিল্লোল