അർത്ഥം : লগোৱা কার্য
ഉദാഹരണം :
গছপুলি কেৱল লগোৱাটোৱেই আৱশ্যকীয় নহয় বৰঞ্চ তাৰ চোৱা-চিতা কৰাটো অতি জৰুৰী
അർത്ഥം : কোনো বস্তু লগোৱা বা স্থাপন কৰা কার্য
ഉദാഹരണം :
দূৰভাষ লগাওতে অধিক সময় নালাগিব
അർത്ഥം : পৰস্পৰৰ মাজত এনেভাৱে মিলিত হোৱা যাতে দুজনৰ পৃষ্ঠ বা তল পৰস্পৰৰ গাত লাগি যায়
ഉദാഹരണം :
তুমি নিজৰ শৰীৰটো মোৰ গাত নলগাবা
അർത്ഥം : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া
ഉദാഹരണം :
লতাই কুর্তাটোত বুটাম লগাই আছে
പര്യായപദങ്ങൾ : চিলাই কৰা, জোৰা লগোৱা, সীওৱা, সীৱন কৰা
അർത്ഥം : কোনো বস্তু আদিত কোনো বস্তু বহুওৱা
ഉദാഹരണം :
সোণাৰীয়ে সোণৰ আঙঠিত হীৰা লগাইছে
പര്യായപദങ്ങൾ : খটোৱা
അർത്ഥം : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
ഉദാഹരണം :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
പര്യായപദങ്ങൾ : অভিলেপ কৰা, চৰোৱা
അർത്ഥം : কোনো সঠিক ঠাইত উপনীত কৰোৱা
ഉദാഹരണം :
ড্রাইভাৰে গাড়ীখন বাছ আস্থানত লগালেহি
അർത്ഥം : ব্যৱহাৰ বা কামত অহা
ഉദാഹരണം :
ৰাজগীৰে এই ঘৰটোত এশ বস্তা চিমেণ্ট লগালে
പര്യായപദങ്ങൾ : খৰচ কৰা
അർത്ഥം : কার্যত সংলগ্ন কৰোৱা
ഉദാഹരണം :
এক একৰ খেতিৰ শষ্য কাটিবলৈ খেতিয়কে পাঁচজন মানুহ লগালে
അർത്ഥം : কোনো বস্তুক সহজে ওলাব নোৱাৰাকৈ কʼৰবাত স্থিৰ কৰি থোৱা কার্য
ഉദാഹരണം :
সৈনিকসকলে কামানটো শিলৰ ওপৰত লগালে
പര്യായപദങ്ങൾ : ওলোমাই থোৱা
അർത്ഥം : কোনো এক বস্তুৰ ওপৰত আন কোনো বস্তু তৰপ দিয়া
ഉദാഹരണം :
হিন্দুসকলে বিবাহ উপলক্ষত দৰা-কইনাৰ শৰীৰত মাহ-হালধি লগায়
പര്യായപദങ്ങൾ : লেপন লগোৱা, সনা
അർത്ഥം : সঠিক ক্রমেৰে উচিত ঠাইত দেখিলেই ভাল লগাকৈ থোৱা অৱস্থা
ഉദാഹരണം :
দোকানীয়ে দোকানত বস্তুবোৰ সজাইছে
പര്യായപദങ്ങൾ : ব্যৱস্থিত কৰা, সজোৱা
അർത്ഥം : ছাতি, চছমা আদি ধাৰণ কৰা
ഉദാഹരണം :
আজিকালি সৰু-সৰু লʼৰা-ছোৱালীয়েও চছমা লগায়
പര്യായപദങ്ങൾ : ধাৰণ কৰা
അർത്ഥം : বিনিয়োগ কৰা
ഉദാഹരണം :
তেওঁ নিজৰ বহুত ধন শ্বেয়াৰ মার্কেটত বিনিয়োগ কৰিছে
പര്യായപദങ്ങൾ : খটুৱা, বিনিয়োগ কৰা
അർത്ഥം : কোনো বস্তুৰ ওপৰত কিবা সিয়া, লগোৱা বা জোৰা দিয়া কার্য
ഉദാഹരണം :
কামিজত বুটাম লগাই দিয়া
പര്യായപദങ്ങൾ : লগাই দিয়া