പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লগা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লগা   ক্ৰিয়া

അർത്ഥം : লেকেটীয়া বস্তুৰে কোনো ঠাইৰ ওপৰত বস্তু লগোৱা কার্য

ഉദാഹരണം : তেওঁ ছবিবোৰ বেৰত লগালে

പര്യായപദങ്ങൾ : আঠা লগা, লেও দিয়া

അർത്ഥം : উদ্ভিদ আদিত ফল-ফুল লগা কার্য্য

ഉദാഹരണം : এই বছৰ আম গছত সোনকালে মল লাগিছে

അർത്ഥം : কার্য আদিত ৰত হোৱা

ഉദാഹരണം : ৰত্নাই দিনটো মিঠাই বনোৱাত লাগি আছে

പര്യായപദങ്ങൾ : ব্যস্ত হোৱা, লাগি থকা

അർത്ഥം : কোনো সঠিক ঠাইত গৈ উপনীত হোৱা

ഉദാഹരണം : নাওখন নদীৰ পাৰত গৈ লাগিল

അർത്ഥം : কোনো কামত অহা

ഉദാഹരണം : এই ঘৰটো সাজিবৰ কাৰণে এশ বেগ চিমেণ্ট লাগিল

പര്യായപദങ്ങൾ : খৰচ হোৱা

അർത്ഥം : অনুমানতকৈ বেছি প্রয়োজন হোৱা

ഉദാഹരണം : এই কামটোত বহুত টকা লাগিছে

അർത്ഥം : অনুমানৰ ভিত্তিত কিবা অনুভৱ কৰা

ഉദാഹരണം : মোৰ তেওঁ ্নাহিব যেন লাগিছে

പര്യായപദങ്ങൾ : গম পোৱা, ধাৰণা কৰা

അർത്ഥം : কোনো কামত লগা

ഉദാഹരണം : বিবাহ সম্পন্ন হোৱালৈকে মোহিত কামত লাগি থাকিল

പര്യായപദങ്ങൾ : ৰত হোৱা

അർത്ഥം : অনুভৱ হোৱা

ഉദാഹരണം : মোৰ বহুত ঠাণ্ডা লাগিছে

പര്യായപദങ്ങൾ : অনুভৱ হোৱা

അർത്ഥം : কোনো কামত দৃঢ়তাৰে লাগি থকা

ഉദാഹരണം : বিবাহ ওচৰ চপাৰ লগে-লগে পৰিয়ালবর্গই প্রস্তুতিত পূর্ণোদ্যমে লাগি গʼল

പര്യായപദങ്ങൾ : লাগি যোৱা

അർത്ഥം : কাৰোবাক আঘাত দিয়া

ഉദാഹരണം : তেওঁ ্মোক পেনৰ নিব লগালে

അർത്ഥം : আঘাত বা কষ্ট পোৱা

ഉദാഹരണം : তেওঁৰ ্ কথাই মোক বৰকৈ আঘাত কৰিলে খুঁটিটোত মোৰ ভৰিখন বৰ জোৰেৰে লাগিল

പര്യായപദങ്ങൾ : আঘাত কৰা

അർത്ഥം : সম্বন্ধত কিবা হোৱা

ഉദാഹരണം : মনোজদেৱ সম্বন্ধত মোৰ খুৰা লাগে

അർത്ഥം : উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰা

ഉദാഹരണം : বাগিছাত ৰোপন কৰা দহজোপাৰ উদ্ভিদৰ ভিতৰত সাতজোপা লাগিছে

അർത്ഥം : কোনো ভাব অৱস্থা আদিৰ উৎপন্ন হোৱা

ഉദാഹരണം : আজিৰ ৰসজ্ঞ কবি সন্মিলনত বৰ আনন্দ লাগিল

লগা   বিশেষণ

അർത്ഥം : যি কোনো কামত লাগি আছে

ഉദാഹരണം : তেওঁ কৃষি কার্যত ্লাগি আছে

പര്യായപദങ്ങൾ : প্রবৃত্ত