അർത്ഥം : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
ഉദാഹരണം :
ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
പര്യായപദങ്ങൾ : গন্তব্য, লক্ষ্য স্থান
അർത്ഥം : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়
ഉദാഹരണം :
তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !
പര്യായപദങ്ങൾ : নিচান
അർത്ഥം : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়
ഉദാഹരണം :
অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল
പര്യായപദങ്ങൾ : নিচান
അർത്ഥം : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা
ഉദാഹരണം :
এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে