പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লক্ষ্য എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লক্ষ্য   বিশেষ্য

അർത്ഥം : দেখা কার্য

ഉദാഹരണം : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়

പര്യായപദങ്ങൾ : অৱলোকন, চোৱা-, দর্শন, দৃষ্টিপাত, নেত্রপাত, বিলোকন

അർത്ഥം : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে

ഉദാഹരണം : ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই

പര്യായപദങ്ങൾ : গন্তব্য, লক্ষ্য স্থান

അർത്ഥം : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

ഉദാഹരണം : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

പര്യായപദങ്ങൾ : নিচান

അർത്ഥം : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ

ഉദാഹരണം : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?

പര്യായപദങ്ങൾ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, প্রয়োজন, মতলব, হেতু

അർത്ഥം : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

ഉദാഹരണം : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

പര്യായപദങ്ങൾ : নিচান

അർത്ഥം : যাৰ ওপৰত কোনো উদ্দেশ্যৰে দৃষ্টি ৰখা হয় বা উদৃষ্ট পদার্থ ্বা কথা

ഉദാഹരണം : এই বছৰ ঘেঁহুৰ ্উৎপাদনৰ লক্ষ্য দহ লাখ টন ৰখা হৈছে