പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള লক্ষণ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

লক্ষণ   বিশেষ্য

അർത്ഥം : সামান্য শাৰীৰিক অৱস্থা বা ক্রিয়াত ৰোগীৰ অনুভৱ হোৱা সেই পৰি্ৱর্তনবোৰ আৰু যিবোৰ কোনো কোনো ৰোগৰ সূচক হয়

ഉദാഹരണം : টাইফয়ডৰ লক্ষণ যেন লাগিছে

പര്യായപദങ്ങൾ : ৰোগৰ লক্ষণ

അർത്ഥം : কোনো বস্তুৰ মাজত পোৱা বিশেষ কথা বা তত্ত্ব যাৰ দ্বাৰা তেনে বস্তু অন্য বস্তুতকৈ পৃথক বুলি গণ্য কৰা হয়

ഉദാഹരണം : সকলো বস্তুৰে কিছুমান লক্ষণ থাকে

പര്യായപദങ്ങൾ : গুণ

അർത്ഥം : কোনো বিশেষ কামৰ আৰম্ভণিতে দেখা দিয়া শুভ বা অশুভ চিন

ഉദാഹരണം : মহিলাৰ বাঁওচকু লৰিলে শুভ লক্ষণ হোৱাৰ বিপৰীতে পুৰুষৰ বাঁওচকু লৰিলে অশুভ লক্ষণ বুলি বিশ্বাস কৰা হয়

പര്യായപദങ്ങൾ : পূর্বাভাস