അർത്ഥം : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
ഉദാഹരണം :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
പര്യായപദങ്ങൾ : যোৰ
അർത്ഥം : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
ഉദാഹരണം :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
പര്യായപദങ്ങൾ : যোৰ
അർത്ഥം : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা
ഉദാഹരണം :
তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে