അർത്ഥം : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ
ഉദാഹരണം :
তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে
പര്യായപദങ്ങൾ : যোৰা
അർത്ഥം : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়
ഉദാഹരണം :
মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে
പര്യായപദങ്ങൾ : যোৰা