അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি সংখ্যা কোনো সংখ্যাৰ সৈতে যোগ কৰিব পৰা যায়
ഉദാഹരണം : যোজ্য সংখ্যাটোক তিনিটা বেলেগ-বেলেগ সংখ্যাৰে যোগ কৰা
പര്യായപദങ്ങൾ : যোজ্য
അർത്ഥം : যিয়ে যোৰা দিয়ে বা মিলায়
ഉദാഹരണം : এই দুয়োখন চহৰৰ মাজৰ এই পুলটো সংযোজক
പര്യായപദങ്ങൾ : সংযোজক, সমন্বয়ক
അർത്ഥം : দুটা বহল ভূখণ্ডক লগ লগোৱা ঠেক ভূখণ্ড, যাৰ দুয়োফালে পানী থাকে
ഉദാഹരണം : পানামা যোজকে উত্তৰ আৰু দক্ষিণ আমেৰিকাক সংযোগ কৰিছে
പര്യായപദങ്ങൾ : ভূমিসংকট, স্থলসংকট
അർത്ഥം : জোৰা লগোৱা বা মিলোৱা
ഉദാഹരണം : কিছুমান সমাসবদ্ধ শ্্ব্দৰ মাজত মধ্য সংযোজক চিহ্ন থাকে
പര്യായപദങ്ങൾ : সংযোগী, সংযোজক
അർത്ഥം : যিটো যোগ দিব বা প্রযুক্ত কৰিব পৰা যায়
ഉദാഹരണം : সকলো সংখ্যা কোনো নহয় কোনো সংখ্যাৰ সৈতে যোজ্য হয়
ഇൻസ്റ്റാൾ ചെയ്യുക