പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള যোগ্য എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

যোগ্য   বিশেষণ

അർത്ഥം : যি কোনো কাম কৰিবৰ বাবে সমর্থ

ഉദാഹരണം : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

അർത്ഥം : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

അർത്ഥം : মনত কোনো বেয়া ভাব বা কপটতা নৰখা

ഉദാഹരണം : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে

പര്യായപദങ്ങൾ : অকপটীয়া, ঋজু, গুণী, সজ, সত্যাচাৰী, সদাচাৰী, সাধু, ৰিজু

അർത്ഥം : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত

ഉദാഹരണം : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে

പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, সমুচিত

അർത്ഥം : যেনে হোৱা উচিত তেনেধৰণৰ

ഉദാഹരണം : এই কথাটো মোৰ উচিত যেন লগা নাই

പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, ঠিক, সঠিক

അർത്ഥം : কিবা পোৱা বা লোৱাৰ যোগ্য

ഉദാഹരണം : তেওঁ ্মাৰ খোৱাৰ যোগ্য

പര്യായപദങ്ങൾ : উপযুক্ত