അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : বহুত বেছি সময়
ഉദാഹരണം : তেওঁৰ অপেক্ষাত মোৰ এযুগ পাৰ হৈ গʼল
അർത്ഥം : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
ഉദാഹരണം : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
പര്യായപദങ്ങൾ : কাল, দিন
അർത്ഥം : ইতিহাসৰ এনে এটা বৃহৎ সময়, যʼত প্রধানকৈ একে ধৰণৰ কাম, ঘটনা আদি হয়
ഉദാഹരണം : বৈষ্ণৱ যুগক অসমীয়া সাহিত্যৰ স্বর্ণ-যুগ বোলা হয়
പര്യായപദങ്ങൾ : কাল, সময়
ഇൻസ്റ്റാൾ ചെയ്യുക