അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
ഉദാഹരണം : তেওঁ এজন ্ সাহসী সৈনিক
പര്യായപദങ്ങൾ : চিপাহী, জোৱান, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
അർത്ഥം : যিজনে যুদ্ধ কৰে
ഉദാഹരണം : প্রকৃত যোদ্ধাই যুদ্ধভূমিত নিজৰ প্রাণ দিব পাৰে কিন্তু কেতিয়াও পিছ হুহকি নাহে
പര്യായപദങ്ങൾ : যুজন্তা, যুজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা, সংগ্রামী, ৰণুৱা
അർത്ഥം : যুদ্ধত কাম অহা
ഉദാഹരണം : ভাৰতে ৰুছ দেশৰ পৰা চাৰিখন যুঁ্জাৰু বিমান ক্রয় কৰিলে
അർത്ഥം : যুঁজ কৰোঁতা, যি পলৰীয়া নহয়
ഉദാഹരണം : যুঁ্জাৰু যোদ্ধা ৰণভূমিত শ্বহীদ হʼল
പര്യായപദങ്ങൾ : যুঁজন্ত্া, যুঁজোঁতা, যুদ্ধকর্তা, যুদ্ধকাৰী, যোদ্ধা
ഇൻസ്റ്റാൾ ചെയ്യുക