അർത്ഥം : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি
ഉദാഹരണം :
তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে
പര്യായപദങ്ങൾ : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বাদ-বিবাদ, বিবাদ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি
അർത്ഥം : শত্রুতাৰ কাৰণে দুটা ফৈদৰ মাজত অস্ত্র-শস্ত্রৰে কৰা হিংসাত্মক কার্য
ഉദാഹരണം :
মহাভাৰতৰ যুদ্ধ ওঠৰ দিন ধৰি চলিছিল
പര്യായപദങ്ങൾ : যুঁজ-্বাগৰ, যুদ্ধ, যুদ্ধ-বিগ্রহ, লৰাই, সংঘর্ষ, সমৰ, ্সংগ্রাম, ৰণ