അർത്ഥം : যাৰ ৰʼবলৈ বা থাকিবলৈ কোনো নিশ্চিত ঠাই নাই
ഉദാഹരണം :
ভাৰতত আজিও ভালেমান যাযাবৰ জাতি পোৱা যায়
അർത്ഥം : যি বহুত ঘূৰি ফুৰে
ഉദാഹരണം :
যোগীৰাজ হৰিহৰণদেৱ এজন ভ্রমণশীল সাধু
പര്യായപദങ്ങൾ : ভ্রমণ-প্রেমী, ভ্রমণপ্রিয়, ভ্রমণপ্রেমী, ভ্রমণশীল