അർത്ഥം : উজ্জ্বলতা কমি যোৱা
ഉദാഹരണം :
বেয়া খবৰটো পাই তেওঁৰ মুখখন ম্লান পৰি গʼল
പര്യായപദങ്ങൾ : জঁয়্্ পৰা, নিস্তেজ হোৱা, বি্বর্ণ ্ হোৱা, মলিন হোৱা, মোলান পৰা, ম্লান পৰা, শুকাই যোৱা, শেঁত্া পৰা
അർത്ഥം : উদ্ভিদ আদিৰ সেউজীয়া গুণ আঁতৰি যোৱা
ഉദാഹരണം :
গৰমৰ কাৰণে কিছুমান উদ্ভিদ মৰহি গৈছে
പര്യായപദങ്ങൾ : লেৰেলি যোৱা