പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মোহৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মোহৰ   বিশেষ্য

അർത്ഥം : সোণেৰে বনোৱা মুদ্রা

ഉദാഹരണം : হৰপ্পাৰ খনন কার্যত কিছুমান সোণৰ মুদ্রা পোৱা গৈছিল

പര്യായപദങ്ങൾ : সোণৰ মুদ্রা, সোণৰ মোহৰ, স্বর্ণ মুদ্রা, স্বর্ণমুদ্রা

അർത്ഥം : সোণেৰে তৈয়াৰী মুদ্রা

ഉദാഹരണം : তেওঁ ্ সোণাৰীৰ পৰা মোহৰৰ সলনি ধন লʼলে

പര്യായപദങ്ങൾ : সোণৰ মুদ্রা

അർത്ഥം : মোহৰ লগালে হোৱা ছাপ বা আকৃতি

ഉദാഹരണം : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে

പര്യായപദങ്ങൾ : ছীল, ষ্টাম্প

അർത്ഥം : সোণ বা ৰূপৰ মুদ্রা

ഉദാഹരണം : বাদশ্বাহে পুৰস্কাৰ হিচাপে কবিক দুটা সোণৰ মোহৰ দিলে

അർത്ഥം : ধাতুৰ টুকুৰা আদিৰ সহায়ত ছাপ বহুৱাই মোহৰ বনোৱা কার্য

ഉദാഹരണം : টাকশালত টকা-পইচাৰ ছাপ মৰা হয়

মোহৰ   বিশেষণ

അർത്ഥം : যিহত মোহৰ মৰা হৈছে

ഉദാഹരണം : এই চেকখনত মোহৰ মৰা আছে

പര്യായപദങ്ങൾ : ষ্টাম্প