അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ৰছী আদিত থকা পাক
ഉദാഹരണം : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়
പര്യായപദങ്ങൾ : গোঁঠনি, পাক
അർത്ഥം : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
ഉദാഹരണം : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
പര്യായപദങ്ങൾ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা
അർത്ഥം : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
ഉദാഹരണം : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
പര്യായപദങ്ങൾ : মেচ
അർത്ഥം : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
അർത്ഥം : ঘূৰা কার্য ্বা অৱস্থা
ഉദാഹരണം : এই ৰাস্তাটোত বহুত মেৰ আছে
പര്യായപദങ്ങൾ : ঘেৰ
അർത്ഥം : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে
ഉദാഹരണം : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে
ഇൻസ്റ്റാൾ ചെയ്യുക