അർത്ഥം : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য
ഉദാഹരണം :
মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে
അർത്ഥം : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
ഉദാഹരണം :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
പര്യായപദങ്ങൾ : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া
അർത്ഥം : কোনো বস্তুৰ প্রসাৰিতকৰণ
ഉദാഹരണം :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
പര്യായപദങ്ങൾ : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া