അർത്ഥം : হৰিণা জাতিৰ মাইকী
ഉദാഹരണം :
চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
പര്യായപദങ്ങൾ : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
അർത്ഥം : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
ഉദാഹരണം :
মৃগী দুৰাৰোগ্য নহয়
പര്യായപദങ്ങൾ : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া