അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
ഉദാഹരണം : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
പര്യായപദങ്ങൾ : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
അർത്ഥം : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ഉദാഹരണം : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
പര്യായപദങ്ങൾ : আগ, কাষ
അർത്ഥം : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ഉദാഹരണം : এই কাঁহীখনৰ কাণটো বৰ পাতল
പര്യായപദങ്ങൾ : কাণ, কাষ, কিনাৰ, প্রান্তৰ
അർത്ഥം : শৰীৰৰ যি অংশত মগজু থাকে
ഉദാഹരണം : মোহনৰ মূৰত চুলি নাই
പര്യായപദങ്ങൾ : মাথা, শিৰ
അർത്ഥം : মগজ সম্বন্ধীয়
ഉദാഹരണം : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
പര്യായപദങ്ങൾ : মগজু, মস্তিষ্ক
ഇൻസ്റ്റാൾ ചെയ്യുക