പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള মূল্য എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

মূল্য   বিশেষ্য

അർത്ഥം : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব

ഉദാഹരണം : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে

അർത്ഥം : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?

ഉദാഹരണം :

പര്യായപദങ്ങൾ : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ

അർത്ഥം : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব

ഉദാഹരണം : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে

പര്യായപദങ്ങൾ : বিচাৰধাৰা, মূল্যবোধ

അർത്ഥം : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়

ഉദാഹരണം : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়

പര്യായപദങ്ങൾ : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য

അർത്ഥം : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়

ഉദാഹരണം : হীৰাৰ মূল্য জহুৰীয়েহে জানে

പര്യായപദങ്ങൾ : দাম