അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
ഉദാഹരണം : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
പര്യായപദങ്ങൾ : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু
അർത്ഥം : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ
ഉദാഹരണം : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়
പര്യായപദങ്ങൾ : পম, শিপা, শিহা, শিহৰি, শিয়া
അർത്ഥം : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ
ഉദാഹരണം : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল
പര്യായപദങ്ങൾ : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস
അർത്ഥം : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা
ഉദാഹരണം : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ
പര്യായപദങ്ങൾ : আধাৰ, বুনিয়াদ
അർത്ഥം : যিটো আৱশ্যক হয়
ഉദാഹരണം : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত
പര്യായപദങ്ങൾ : প্রধান, মুখ্য
അർത്ഥം : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
ഉദാഹരണം : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
പര്യായപദങ്ങൾ : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়
ഇൻസ്റ്റാൾ ചെയ്യുക