അർത്ഥം : মূর্খ ্ হোৱা অৱস্থা
ഉദാഹരണം :
আনৰ মূর্খত্া চাই নাহাঁহিবা
പര്യായപദങ്ങൾ : অজগৌ, অজ্্গৌ, অহম্মক, অহম্মকতা, নির্বুদ্ধিতা, নির্ব্বোধতা, বুদ্ধিশূন্যতা, বুদ্ধিহীনতা, মূর্খত্া, মূর্খামি, মূর্খালি, মূৰুখতা, মূৰুখমতিতা
അർത്ഥം : জ্ঞান নোহোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
প্রকৃত গুৰুৱে অজ্ঞানতা দূৰ কৰি মানুহক জ্ঞানৰূপী পোহৰৰ সন্ধান দিয়ে
പര്യായപദങ്ങൾ : অজ্ঞতা, অজ্ঞানতা, অন্ধকাৰ, জ্ঞানহীনতা