അർത്ഥം : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে
ഉദാഹരണം :
গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে
പര്യായപദങ്ങൾ : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, কণ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মৃতকল্প, মৃতপ্রায়, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন
അർത്ഥം : যি মৰিবলৈ ধৰিছে বা যাৰ মৰাৰ উপক্রম হৈছে
ഉദാഹരണം :
মুমূর্ষু ব্যক্তিজনে বাৰে-বাৰে নিজৰ লʼৰাটোক মাতি আছে
പര്യായപദങ്ങൾ : মৃত্যুতুল্য, মৰণশীল