അർത്ഥം : সূতা, ৰেচম আদিৰ গুচ্চ
ഉദാഹരണം :
শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
പര്യായപദങ്ങൾ : মুঠা
അർത്ഥം : মুঠিত অহা পৰিমাণৰ বস্তু
ഉദാഹരണം :
তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
അർത്ഥം : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
ഉദാഹരണം :
লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে