അർത്ഥം : দুজন বা ভালেমান ব্যক্তিয়ে পৰস্পৰৰ মাজত মিলামিছা কৰা কার্য
ഉദാഹരണം :
আজি এজন ভাল মানুহৰ সৈতে সাক্ষাৎ হৈছিল
പര്യായപദങ്ങൾ : সাক্ষাৎ
അർത്ഥം : সমুখলৈ আহি কথা কোৱা
ഉദാഹരണം :
তেওঁ ্মোৰ সৈতে মুখা-মুখি হৈ ইটো-সিটো কথা কʼবলৈ ধৰিলে